Translation of "Bathe" into Assamese
গা ধো is the translation of "Bathe" into Assamese. Sample translated sentence: After Bath-sheba observed the customary period of mourning, David took her to be his wife. —2 Samuel 11:1-27. ↔ বিলাপৰ দিন শেষ হোৱাৰ পিছত দায়ূদে বৎ-চেৱাক নিজৰ পত্নী হিচাবে গ্ৰহণ কৰে। —২ চমূৱেল ১১:১- ২৭.
bathe
verb
noun
grammar
(intransitive)To clean oneself by immersion in water or using water; to take a bath, have a bath. [..]
-
গা ধো
intransitive verb
-
Show algorithmically generated translations
Automatic translations of "Bathe" into Assamese
-
Glosbe Translate
-
Google Translate
Images with "Bathe"
Phrases similar to "Bathe" with translations into Assamese
-
গা · গা ধোৱা · গা-তিওৱা · গা-ধোৱা · গোচল · জোবোৰা মৰা
-
আতপ স্নান · ৰৌদ্ৰ স্নান
-
পুঁৱা · ৰ’দ পুৱা · ৰ’দ ল
-
গা · গা ধোৱা · গা-তিওৱা · গা-ধোৱা · গোচল · জোবোৰা মৰা
-
গা · গা ধোৱা · গা-তিওৱা · গা-ধোৱা · গোচল · জোবোৰা মৰা
-
গা · গা ধোৱা · গা-তিওৱা · গা-ধোৱা · গোচল · জোবোৰা মৰা
-
গা · গা ধোৱা · গা-তিওৱা · গা-ধোৱা · গোচল · জোবোৰা মৰা
Add example
Add
Translations of "Bathe" into Assamese in sentences, translation memory
After Bath-sheba observed the customary period of mourning, David took her to be his wife. —2 Samuel 11:1-27.
বিলাপৰ দিন শেষ হোৱাৰ পিছত দায়ূদে বৎ-চেৱাক নিজৰ পত্নী হিচাবে গ্ৰহণ কৰে। —২ চমূৱেল ১১:১- ২৭.
Soon Pharʹaoh’s daughter came down to the Nile River to bathe.
সেইসময়ত ফৰৌণৰ জীয়েকে নীল নদীত গা ধুবলৈ আহিল।
But many of the Roman baths were huge establishments that included massage rooms, gymnasiums, gaming rooms, and places to eat and drink.
কিন্তু ৰোমত গা ধোৱা ঘৰবোৰৰ সৈতে মালিচ কৰা, ব্যায়ম, জুৱা খেলা, খোৱা-বোৱা কৰা আৰু মদ্যপান কৰাৰ কোঠালীও জড়িত আছিল।
She makes sure that he is bathed and that his clothes are neat and clean.
মাকে ল’ৰাজনক গা ধোৱাইছে আৰু পৰিষ্কাৰ কাপোৰ পিন্ধাইছে।
8 What of the famous Roman baths?
৮ ৰোমত থকা ৰাজহুৱা গা ধোৱা ঘৰবোৰৰ বিষয়ে কি কব পাৰি?